Thursday, 8 July 2021

Ajoli Suwali | Bishnu Rabha Sangeet | আজলী ছোৱালী নানা ফুলে তুলি | Dance...

Bishnu Rabha Sangeet Ajoli Suwali Dance cover Manashi Thakuria বিষ্ণু প্ৰসাদ ৰাভা : জন্ম ৩১ জানুৱাৰী, ১৯০৯ - মৃত্যু ২০ জুন, ১৯৬৯ । অসমৰ এগৰাকী বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু তিথিৰ প্ৰাক ক্ষণত এই ভিডিঅটোৰে শ্ৰদ্ধাঞ্জলি জনালোঁ।

No comments:

Post a Comment